মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

অবলোকন

সঞ্চালক, স্বাস্থ্য সেৱা ( এফ, ডব্লিউ) অসম কেন্দ্ৰই প্ৰৱৰ্তন কৰা সকলো আঁচনিৰ ৰূপায়নৰ বাবে দায়বদ্ধ যিটোৰ আৰ চি এইচ-২ প্ৰগ্ৰেমৰ অধীনত জি ও আই ৰ দ্বাৰা বৃত্তৰ যোগান ধৰা হয়।

ডাইৰেক্টৰ জনক পথ প্ৰদৰ্শণ কৰে :

  • জইণ্ট ডাইৰেক্টৰ অৱ হেল্থ চাৰ্ভিচেচ ( এই আই পি)। সকলো ধৰণৰ ইমিউনাইজেচন প্ৰগ্ৰেম কাৰ্য্যকৰীকৰণৰ বাবে দায়বদ্ধ যাক এছ ই পি আই ও নামেৰেও জনা যায়।
  • জইণ্ট ডাইৰেক্টৰ অৱ হেলথ চাৰ্ভিচ (এম চি এইচ) যি পৰিয়াল কল্যাণৰ ন`ডাল বিষয়া ৰূপে আছে।
  • জইণ্ট ডাইৰেক্টৰ আৰু প্ৰিন্সিপাল ট্ৰেইনিং চেণ্টাৰ এ এন এম, এম ও তথা অন্য কৰ্মকৰ্তাৰ সেৱাৰ প্ৰশিক্ষণৰ লগত জড়িত।
  • ডি এইচ এছ ( এফ ডব্লিউ ) ৰ সহায়কাৰী প্ৰতিষ্ঠাপন তথা অন্যান্য বিষয়ত।
  • ৰাজ্যিক শীতল শৃংখল বিষয়া যিয়ে শেষ সময়লৈ ভেকচিনৰ কাৰ্য্যক্ষমতা সঠিকভবে ৰাখিবলৈ তথা ভেকচিনৰ সুৰক্ষাৰ বাবে সঠিক শীতল শৃংখল ব্যৱস্থা এটা নিয়ন্ত্ৰণ কৰে।
  • নাৰ্চিঙৰ লগত জড়িত সকলো বিষয় চোৱাচিতাৰ বাবে নাৰ্চিং ডেপুটি ডাইৰেক্টৰ।