মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

আমি কি কৰো

  • সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) হল অসম চৰকাৰৰ এটা বিভাগ যাৰ কাম হ`ল সৰু পৰিয়ালৰ নীতি সমূহ ৰূপায়িত কৰা। ইউনিভাৰ্চেল ইমিউনাইজেচন প্ৰগ্ৰেম ৰূপায়িত কৰা তথা পি চি পি এন ভি টি এক্টৰ ৰূপায়ন আৰু এই সকলো আঁচনিৰ বাবে আৰ চি এইচ-২ ৰ অধীনত ভাৰত চৰকাৰে অৰ্থৰ যোগান ধৰে।