মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service [Family Welfare]

পি পি তথা পি এন ডি টি

  • পি চি পি এন ডি টি এক্ট, ১৯৯৪ ( প্ৰি কনচেপচন এণ্ড প্ৰিনাটেল ডায়গনষ্টিক টেকনিক এক্ট):

    স্বাস্থ্য সেৱা সঞ্চালকেই ( এফ ডব্লিউ) অসম, এই পি চি পি এন ডি টি এক্টখন ৰূপায়ন কৰাৰ বাবে দায়বদ্ধ। Tএই পি চি পি এন ডি টি এক্ট খন প্ৰণয়ন কৰাৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হল স্বাস্থ্য সেৱা সঞ্চালক প্ৰধান জন। সকলো এই এছ জি ক্লিনিক/হস্পিতেলেই এই ডি এইচ এছ ( এফ ডব্লিউ) অসম এক্ট খনৰ অধীনত জিলা অফিচাৰৰ দ্বাৰা নিজৰ নাম পঞ্জীয়ন কৰেৱা দৰকাৰ।

    অনুমোদন তথা নবীকৰণৰ তালিকা, নথিসমূহৰ প্ৰয়োজনীয়তাৰ পৰীক্ষাকৃত সূচী অনুমোদনৰ সময়সীমা, প্ৰযোজ্য মাছুল

    ক্ৰ: নংঅনুমোদন/নবীকৰণশাখাজমা দিয়া নথিৰ সূচীঅনুমোদনৰ সময়সীমাপ্ৰযোজ্য মাচুল
    ১.ফৰ্ম `এ` নতুন আৰু নবীনিকৃত আবেদনৰ বাবেপ্ৰি এষ্টাব্লিচমেণ্ট১. এফিডেৱিট-বিধি ৪(১)
    ২. দৰ্খাস্ত মাচুল বিধি -৫
    (ক) আৰু ৫ (খ) অকল বেংক ড্ৰাফত গ্ৰহণযোগ্য
    ৩. ক্লিনিকৰ স্কেটছ মেপ
    ৪.ৰেডিঅ`লজিষ্ট,গাইনিঅ`ক`ল`জিষ্ট তথা চ`ন`ল`জিষ্ট যিয়ে ইউ এছ জি যন্ত্ৰ চলাব তেওঁৰ নাম তথা ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ লগতে নিযুক্তি পত্ৰ
    ৫. নিৰ্ধাৰিত ফৰ্ম এ ( প্ৰথম পঞ্জীয়ন প্ৰমাণ পত্ৰ পাবলৈ লগা একেখন) নকল কপিত নবীকৰণৰ বাবে আবেদন জনাব পাৰিব।
    ৯০ দিন২৫০০০ টকা/জি চি চি ৰ বাবে/জি. লেৱ/জি চি/ইউ এছ জি ক্লিনিক/ইমাজিং ক্লিনিক/আই ভি এফ ক্লিনিক ( নব সংশোধিত)
    ৩৫০০০ টকা এখন প্ৰতিষ্ঠান হস্পিতেল, নাচিং হোম অথবা অন্য যিকোনো ঠাই যিয়ে জি চি চি /জি. লেব/জিচি ইউ এছ জি ক্লিনিক/ইমেজিং কেন্দ্ৰ অথবা যিকোনো জোঁট যুটীয়াভাৱে যোগান ধৰে।
    ২.ফৰ্ম বি পঞ্জীয়নৰ প্ৰমাণ পত্ৰৰ বাবেপ্ৰি আপেৰেচন১.নিৰ্ধাৰিত ফৰ্ম বিত নকল হিছাবে পঞ্জীয়ন প্ৰমাণ পত্ৰ ইছু কৰিব।
    ২. কেন্দ্ৰই পঞ্জীয়নৰ প্ৰমাণ পত্ৰৰ এটা কপি এক নিকটৱৰ্তী ঠাইত (যন্ত্ৰপাতিৰ কাষত) ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্বৰূপে প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। (চেক্চন ১৯(৪), ধাৰা ৬(২))
    ৩. প্ৰত্যেক খন পঞ্জীয়নৰ প্ৰমাণপত্ৰ ই ইছু হোৱা দিন ধৰি পাঁচ বছৰলৈ নিৰ্ধাৰিত ফৰ্ম বি`ত বাহাল থাকিব।
    ৭০ দিন ( সংশোধিত)মাচুল নাই
    ৩.ফৰ্ম চি দৰ্খাস্ত প্ৰত্যাখ্যান কৰাৰ বাবেপোষ্ট কমেঞ্চমেণ্ট১. জড়িত গোট বিলাকক দৰ্খাস্ত নাকচৰ বিষয়ে অৱগত কৰোৱা।১৫ দিনমাচুল নাই
    ৪.ফৰ্ম ডি কেন্দ্ৰৰ চোৱাচিতাৰ বাবেপোষ্ট অপাৰেচনযাৱতীয় নথি সমূহ কেন্দ্ৰই পূৰণ কৰি প্ৰত্যেক মাহৰে ৫ তাৰিখৰ আগতে এ এ লৈ পঠিয়াব (নীতি ৯(২))প্ৰতোক মাহৰ ৫ তৰিখেমাচুল নাই